কবিৰ চিকাৰ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, January 1, 2023

কবিৰ চিকাৰ

 


কবিৰ চিকাৰ


টম মেদক


দোভাগ নিশা, ডাৱৰৰ খিৰিকী খুলি 

জোনে নাৰিকল পাতৰ ফণিৰে

চুলি ফণিয়াই আছিল 

আৰু মই,


তাইৰ উৰু, নাভি

দুচকুৰ কাড়েৰে বিদ্ধ কৰিলোঁ


ঠিক, গৌতম বুদ্ধই দেখা 

আঁহত সেই কাড়বিদ্ধ হাঁহ।


Doksiri দকচিৰি, জানুৱাৰী, ২০২৩



No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages