দেশ - Doksiri

Post Top Ad

Wednesday, March 1, 2023

demo-image

দেশ

Responsive Ads Here

 

clock-g7e8f21e86_1280

দেশ

টম মেদক


এজন সাধাৰণ মানুহ

সন্ধিয়া চলাফুৰাৰ চলেৰে ৰৈ থকা এখন গাড়ীৰ ল’ক ভাঙিলে 


চাওঁতে চাওঁতে চোৰ চোৰ বুলি চিঞৰিবলৈ নাপালেই নগৰী সমাজ

গাড়ী লৈ মানুহজন উধাও


টোপনি যোৱাই নাছিল গাঁৱৰ গঞা

সিন্ধি দি ঘৰৰ সোণৰূপ লৈ  পলাই পত্ৰং মানুহজন


 মন্দিৰৰ তলা খুলি দেখিলে

ঈশ্বৰ নাপাত্তা আৰু মেইন পুৰোহিতজন


নেতাৰ অৱশ্যে বেলেগ নেতাই নেতাক ৰক্ষণাবেক্ষণ দিয়ে

আৰু কুকুৰৰ জাক হৈ জপিয়ালে


আৰু দেশৰ শৰীৰ ছিন্নভিন্ন কৰি পেলালে


Doksiri দকচিৰি, মাৰ্চ, ২০২৩


No comments:

Post a Comment

Post Bottom Ad

Pages