বকুল ফুল - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, April 1, 2023

বকুল ফুল

 


বকুল ফুল

                     সুৰজিৎ ভূঞা

                             বৰপেটা


বকুল ফুলৰ সৰা ফুলে

আনেনো কি আজি মনত।


ল'ৰালিৰ স্বপ্ন দেখোঁ আজি 

সপোনেও মাতে হাতবাউলি।


বকুলৰ তলে তলে

মই আজিও বুটলো 

ল'ৰালিৰ সেই মধুৰ স্মৃতি।


সপোনে আকৌ ৰিঙিয়াই মাতে

বকুলৰ তলত খেলা

সেই দিনবোৰলৈ।


বকুলৰ তলত

মই আজিও হেৰা পাওঁ 

মোৰ ল'ৰালিৰ ক্ষণবোৰ।


Doksiri দকচিৰি, এপ্ৰিল, ২০২৩



No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages