নিষ্ঠুৰতা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, April 1, 2023

নিষ্ঠুৰতা

 


নিষ্ঠুৰতা! 

                  লহৰজ্যোতি মৰাণ


আজি পৃথিৱী নিজৰ বুলিবলৈ

একো নাই! 

থকাবোৰো সকলো শেষ

হায় ৰে! 

দুদিনিয়া জীৱন 

কিমান হ'বা নিষ্ঠুৰ

প্ৰতাৰক!

পৃথিবী বিহীন জীৱন 

কংকাল মৰুভূমি মাজত

এটা মৃত প্ৰায় জীৱ

হায় ৰে ! 

কিমান আৰু দিবা

জীয়াটো যন্ত্রণা!

 কেতিয়াবা গছজোপাক সুধিবা

উশাহবোৰ পাই নে শিপায়!

কেতিয়াবা নদীখনক সুধিবা 

গভীৰতা থাকে কিমান! 

হায় ৰে! 

নিষ্ঠুৰ পৃথিবী!


Doksiri দকচিৰি, এপ্ৰিল, ২০২৩



No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages