মোৰ সুখ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, April 30, 2023

মোৰ সুখ



মোৰ সুখ

দীপিকা ফুকন                    

                        

ক্ষত বিক্ষত হৃদয় আপোন জনৰ

লোতকেৰে নিগৰিত

গঙ্গা যমুনাৰ ধাৰা

মোৰ তাতেই সুখ।


প্ৰিয়জনৰ দুদিনৰ দুখৰ বিনিময়ত

প্ৰাপ্তি মোৰ সুখৰ স্থায়িত্ব!

 

এই সুখ অবিনশ্বৰ

এই সুখ অনাদিকালৰ

এই সুখ হওক মোৰ

চিৰ সহচৰ

এই সুখ হওক মোৰ

চিৰ সহচৰ।।


Doksiri দকচিৰি, মে, ২০২৩


 

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages