বসন্ত বিলাস - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, April 30, 2023

বসন্ত বিলাস

 


বসন্ত বিলাস 

গায়ত্ৰী দেৱী বৰঠাকুৰ

তেজপুৰ


যদিওবা গছবোৰে 

বসন্ততেই

পাতে কুঁহিপাতৰ পাতৰ মেলা 


যদিওবা বছৰটো

আৰম্ভ হয় 

বসন্ততেই 


নাজানোঁ তথাপিও কিয় 

বসন্ত আহে 

গ্ৰীষ্ম বৰ্ষা শৰত হেমন্ত 

আৰু শীতক গৰকি হে....


Doksiri দকচিৰি, মে, ২০২৩


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages