এই সময় - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, April 1, 2023

এই সময়

 


এই সময়

                 বৰ্ণালী দাৱ বৰি

                         গোলাঘাট

        

আপুনি মোক দেখি মই আপোনাক দেখি হঁহাৰ দিন নহয় 

এতিয়া মই মোক দেখি 

আপুনি আপোনাক দেখি কন্দাৰ সময়


পৰা হ'লে নিজেই নিজক সাৱটি লব

হেঁপাহ গোছাই কান্দিলো হেঁতেন নিজেই নিজক সাৱটি লৈ 

পৰা হ'লে নিজৰ কান্ধত মূৰটো গুজি নিবৃত্তি কৰিলোঁ হেঁতেন নিজৰেই সমস্ত বিষাদ

 

আচলতে এতিয়া কাকো কোনেও চকুলৈ চাব নোৱাৰাৰ সময় 

কোনো কাৰো কথা শুনায় দিন নহয় 


আচৰিত এই দুনিয়া

আচৰিত এই সময় !


এই সময় অতি দু-সময়।।


Doksiri দকচিৰি, এপ্ৰিল, ২০২৩



No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages