মুখা
ভাৰত দাস
ঘূনাসুঁতি
আপোনাৰ দৰে হব নোৱাৰিলোঁ……
আপোনাৰ দুখন মুখা
আন্ধাৰৰ এখন
আনখন পোহৰৰ !
যেতিয়া আপুনি আপোনাৰ কলঙ্কিত অধ্যায়ত ৰাজত্ব কৰে
তেতিয়া পিন্ধে এখন মুখা
আনখন পিন্ধে পোহৰত
যিয়ে আপোনাক সুৰক্ষিত ৰাখে।
Doksiri দকচিৰি, এপ্ৰিল, ২০২৩
Copyright (c) 2023 Doksiri All Rights Reserved
No comments:
Post a Comment