সময় - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, April 30, 2023

সময়

 


সময়

লক্ষী প্ৰসাদ ৰেগন


জোনাক ভাল পাবলৈ শিকা

জোন তেনেই আপোন

হৃদয়ত ঘৰ সাজি বাহাদুৰি নকৰিবা

হৃদয়খনো খন্তেকীয়া


নদীক বৈ থাকিব দিয়া

নদী চিৰ যুগমীয়া

অন্তৰ খুলি কাকো কথা নিদিবা

কাৰণ

সময় বৰ নিষ্ঠুৰ

Doksiri দকচিৰি, মে, ২০২৩


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages