পানীৰঙী চাদৰ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, June 2, 2023

পানীৰঙী চাদৰ

 


পানীৰঙী চাদৰ

লখিমী নেওগ


অলপ আগতে 

এখনি জবাবুলীয়া চাদৰ 

মেলি দিয়াৰ খবৰ পাইছিলো

মেঘৰ চকুয়েদি সৰা এখনি মলিন চাদৰ


বাট এৰি অবাটে গুচি যোৱাৰো উমান পাইছিলো

অথচ

সামৰিবলৈ মোৰ আয়োজন কৰা নহ’ল


বি:দ্ৰ - আজি প্ৰিয় বৰষুণজাকত ভিজা নহ’ল


ফোন - ৯৩৯৫৩৯৭০২৪


Doksiri দকচিৰি, জুন, ২০২৩



No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages