প্ৰিয় বৰষুণ জাক - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, June 2, 2023

প্ৰিয় বৰষুণ জাক

 


প্ৰিয় বৰষুণ জাক

নিৰ্জুলতা মিলি


ফাগুন গ'লগৈ,,

নামিছে প্ৰিয় বৰষুণ জাক!

বৰষা মোৰ প্ৰিয়,

টুপ টুপ কৈ সৰি পৰা টোপালবোৰত

তিতিলো, এবাৰ তোমাক লগ পোৱাৰ হেপাহত!!

তোমাৰ কাৰণে ৰৈ আছোঁ, জানে মাথোঁ মোৰ প্ৰিয় বৰষুণ জাকে,,

বৰষুণৰ টোপালবোৰত তিতি ৰও,

তুমি অহাৰ আনন্দত!!!


Doksiri দকচিৰি, জুন, ২০২৩

                     


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages