পিয়াহ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, June 2, 2023

পিয়াহ



 পিয়াহ

নীলাভ সৌৰভ


আটাইবোৰ গিলাচত পানী

মেহফিল এনেকৈ সজোৱা হৈছিল 

যে নিচাত সকলোৱে পাহৰি গৈছিল 

পানীৰ সোৱাদ


তাৰপাছত পানীয়েই পৰিবেশন কৰা হৈছিল


এদিন সকলোৱে কেৱল পানী বিচাৰিছিল

দিয়া হৈছিল এআঙুল মদিৰা

আৰু বাকীখিনি পানী


মেহফিল এনেকৈ সজোৱা হৈছিল

যে সকলোৱে পানীৰ কথা পাহৰি গৈছিল


Doksiri দকচিৰি, জুন, ২০২৩


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages