ভাৱনা
হিমাংশু কলিতা
গোলাঘাট
শৰতৰ শীতল
শাওনৰ সেমেকা সন্ধা
স্মৃতিৰ সুৱাসত সুৱলিত
সোণত সুৱগা
শান্তিৰ সেৱক,
সীমাহীন সাগৰত
সৈমান হৈ
ভাঁহি আছোঁ
তোমাৰেই
জয় গান গাই,
গৈ আছোঁ
ভাৱনাৰ সৈতে
তোমাৰ বুকুৰ মাজলৈ
ভাৱনাৰ সাগৰলৈ ।
ফোনঃ 8486974274
Doksiri দকচিৰি, জুন, ২০২৩


No comments:
Post a Comment