প্ৰেমৰ ৰুমাল - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, July 22, 2023

প্ৰেমৰ ৰুমাল


প্ৰেমৰ ৰুমাল

হিমাংশু কলিতা

গোলাঘাট


উজাগৰী নিশা

জোনাক ৰাতি

জীৱন ফুলিল

তোমাৰ কলিত।


অশান্ত হৃদয়ত 

কিহৰ তৰ্জন

যেন  বাৰিষাৰ  

ধুমহাজাকৰ

সেই একেই গৰ্জন।


দুৰ্বাৰ মৰমৰ 

গতি ইমান কোবাল

জিলিকি উঠে তুমি দিয়া

সেই প্ৰেমৰ ৰুমাল ।


Doksiri দকচিৰি, জুলাই, ২০২৩


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages