নিলাজ ৰং - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, July 22, 2023

নিলাজ ৰং


 নিলাজ ৰং

জিতেন পায়েং



নিলাজ ৰং !


নিলাজ দীপিকা পাদুকন

নিলাজ শ্বাহৰূখ খান

নিলাজ বলিউদ

নিলাজ নগ্ন সংস্কৃতি ।


লজ্জিত গেৰুৱা 

লজ্জিত সেউজীয়া 

লজ্জিত ৰঙা

লজ্জিত বগা

লজ্জিত ৰংৰ উৎস ৰ্সূয্য ।


নিলাজ চকু 

নিলাজ কান

নিলাজ চিন্তা

নিলাজ ভাৱনা

নিলাজ অশ্লীল মন !

 

নিলাজ মৌলবাদ 

নিলাজ সাম্প্ৰদায়িকতাবাদ

নিলাজ জাতিয়তাবাদ 

নিলাজ ৰাষ্ট্ৰীয়তাবাদ

নিলাজ মানবতাহীন মানবতাবদ !


লজ্জিত মছজিদ

লজ্জিত ৰ্গীজা 

লজ্জিত মন্দিৰ

লজ্জিত আল্লা 

লজ্জিত যিশু 

লজ্জিত ঈশ্বৰ ।


নিলাজ কেৱল

মানুহৰূপী মানুহ !


Doksiri দকচিৰি, জুলাই, ২০২৩


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages