জীৱনৰ শেষৰটো কেকুঁৰিত
লখিমী নেওগ
মেটমৰা বোজাটো কান্ধত লৈ ফুৰোতে
মানুহজনী ভাৰী নাছিল
থবৰ বেলিকা
এঙেৰুৱা চোলা এটাই শূন্যতা বুটলি আছিল
মাটিডোখৰ ছন পৰা বৰ বেছি বছৰো হোৱা নাছিল
এইবাৰ নিশাটো দীঘল যেন লাগিল
ছন পৰা মাটিত বান অহাৰ দিনা ...
Doksiri দকচিৰি, জুলাই, ২০২৩

No comments:
Post a Comment