সুখ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, October 31, 2023

সুখ

 


সুখ

 

           চন্দনা ভাগৱতী

কাহিলিপাৰা, গুৱাহাটী


সুঁহুৰি মাৰি মাতিলোঁ

দেও দি আহিল এজাক ৰ'দালি


চিত্ৰপটখন আঁকি অতাওতেই

লুণীয়া শ্ৰম-জল বৈ পৰা বুকুত

সোণালী ধানৰ থোকেৰে মেটমৰা সুখ


অন্ত হ'ল এইবেলিলৈ

নগেন দাইটি,ৰতন কাইৰ

ভাখৰিৰ কাঙাল দুখ ।


Doksiri দকচিৰি, নৱেম্বৰ, ২০২৩


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages