জুই
ৰিজু মণি বৰা
নগাওঁ
বনজুই জ্বলে
খৰাং হ'লে,
বাৰিষা আহিলে
বনজুই শেষ হৈ পৰে।
মনৰজুই জ্বলে
বুকু দহে,
চকু পুৰে
জীয়া মানুহবোৰ
জী জী মৰে
তথাপি,
মনৰজুইৰ অন্ত নপৰে।
Doksiri দকচিৰি, নৱেম্বৰ, ২০২৩
About Doksiri
Copyright (c) 2023 Doksiri All Rights Reserved
No comments:
Post a Comment