প্ৰচণ্ড গৰমতো পৰ্দা!
মুহাম্মাদ আফজাল
মৈৰাবাৰী, মৰিগাঁও
স্মাইলঃ ছোৱালী বা মহিলাৰ পৰ্দাৰ কথা কৈ সকলোৱে মজা পায়, অথচ আমি ল'ৰা বা পুৰুষে নিজে মূৰত দীঘল চুলি ৰাখিব পৰাকৈ মানসিকভাৱে প্ৰস্তুত নহওঁ প্ৰচণ্ড গৰমৰ বাবে।
প্ৰিয়াঃ তেন্তে নাৰী মাত্ৰেই মূূৰত কেনেকৈ পিঠি/কঁকাললৈকে পৰা ঘন, দীঘল চুলি লৈ, তাকো আবুৰত ৰাখি চলে?
স্মাইলঃ প্ৰচণ্ড গৰমত বুজি পাইছোঁ, বাস্তৱিকতে নাৰী সম ত্যাগ আৰু বিশালতা আকাশৰ দৰে উদাৰতা আৰু বিশালতাতকৈ কোনো গুণে কম নহয়।
Doksiri দকচিৰি, নৱেম্বৰ, ২০২৩
No comments:
Post a Comment