পিয়ালে ফৰ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Wednesday, November 1, 2023

পিয়ালে ফৰ



 পিয়ালে ফৰ’  


                   প্ৰাচুৰ্য ডেকাৰজা 


এই পিয়ালে ফৰ’ তুমি

পাংচি  সুৰটি হৈ

নামি অহা ৷

অথবা

উমচিয়াং  নদীৰ দৰে

তুমি আহি মোক

 বুল  সানি দিয়া  ৷


ছাই ফৰ্

কিছা ফৰ্

 

তোমাৰ  মিঠা  সুবাসৰ মাদকতাত  

আঙব’ নিঙ’ পৰা লা  ৷৷ 


(পাংচি  - বাঁহী, উমচিয়াং  - এখন নদী নাম, এই পিয়ালে ফৰ’ তুমি - এই গধূলি পৰত তুমি, কিছা ফৰ- কিছুক্ষণ আৰু ছাই ফৰ্ -  কিছুপল, আঙব’ নিঙ’ পৰা লা - মই ডুব যাব বিচাৰোঁ ৷৷)


Doksiri দকচিৰি, নৱেম্বৰ, ২০২৩


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages