স্বহীদ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, November 30, 2023

স্বহীদ



 স্বহীদ

হিয়া তালুকদাৰ

টিহু


জাগা জননী জননী জাগা

দেশৰ সন্তানসকল নামি আহিছে 

আই তোমাক ৰক্ষা কৰিবলৈ।

এইবোৰ তোমাৰে সন্তান।

সেয়ে জননী তুমি জাগি উঠা, 

তোমাক ৰক্ষা কৰিবলৈ 

সশস্ত্ৰ সৈনিকে নামি আহিছে।

সেয়ে তুমি জাগি উঠা ,

টোপনি মাৰি নাথাকিবা।

 নহ'লে দেশখন যাব ৰসাতলে 

তোমাক ৰক্ষা ,

কৰিবলৈ তোমাৰ সন্তানসকল 

নামি আহিছে।


Doksiri দকচিৰি, ডিচেম্বৰ, ২০২৩


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages