নাই - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, November 30, 2023

নাই

 


নাই

   

           সান্নিধ্য শইকীয়া

     আমগুৰি, শিৱসাগৰ


মাথোঁ এই স্পন্দনবোৰ বাকী আছে

উশাহ নাই

হৃদয়ত কোনো কামনাৰ আশা নাই

কাৰো বিৰুদ্ধে অভিযোগ নাই

এতিয়া কোনো কামনাৰ দুখ নাই

বন্ধু নে শত্ৰু নে সহযাত্ৰী

মই নাজানোঁ

এনেকৈয়ে মোৰ আত্মা-পৰমাত্মা

মোৰ লগত নাই।


Doksiri দকচিৰি, ডিচেম্বৰ, ২০২৩


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages