ভোক, যন্ত্ৰ-মানৱৰ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, November 30, 2023

ভোক, যন্ত্ৰ-মানৱৰ



ভোক, যন্ত্ৰ-মানৱৰ


                                চন্দনা ভাগৱতী


জখলা বগাবলৈ সকলোৱে ভাল পায়


সাম্প্ৰতিক সময়...

চঞ্চল নিগনি হৈ দৌৰে মনৰ গতি

সময়-নিনাদত খহে বুকুৰ আঁচল


যন্ত্ৰৰো যন্ত্ৰণা থাকে,ভোক থাকে

মানসিক নহয় সেয়া শাৰীৰিক


মানুহৰ পিছে দুয়োটাই।


Doksiri দকচিৰি, ডিচেম্বৰ, ২০২৩


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages