বছৰটোৰ শেষ পৰ্য্যায়ত উপনীত আজি - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, November 30, 2023

বছৰটোৰ শেষ পৰ্য্যায়ত উপনীত আজি

 


বছৰটোৰ শেষ পৰ্য্যায়ত উপনীত আজি


ভানুমতী পাঠক

ভৰলুমুখ

      


বছৰটোৰ 

শেষ পৰ্য্যায়ত উপনীত আজি,

কেনেকৈ ভাবোঁ যে ইমান নিষ্ঠুৰ

সময় 


কিয় তুমি ?


পল পলকৈ 

গুচি যোৱা তুমি ।


বিষাদগ্ৰস্ত হৈ পৰিলোঁ

তোমাৰ পিছে পিছে দৌৰি দৌৰি।


লগ ধৰিব নোৱাৰোঁ তোমাক

ইমান নিষ্ঠুৰ 

সময় 


কিয় তুমি?


বছৰটোৰ

শেষ পৰ্য্যায়ত উপনীত আজি।


Doksiri দকচিৰি, ডিচেম্বৰ, ২০২৩

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages