![]() |
কৰ্ম
দেৱজিৎ ভৰালী
কমলপুৰ, কামৰূপ
কৰি যোৱা তোমাৰ কৰ্ম
সফল নিশ্চয় হবা ,
কৰ্ম ফলক আশা নকৰি
নিজৰ কৰ্ম কৰি যোৱা
সফল নিশ্চয় হবা।
বেয়া কাম কৰিলে
বেয়া ফল পাবা ,
সততা ,নিষ্ঠা ,একাগ্ৰতাৰে
নিজ কৰ্ম কৰি যোৱা
তেতিয়াহে তুমি ভাল ফল পাবা।
Doksiri দকচিৰি, ডিচেম্বৰ, ২০২৩
No comments:
Post a Comment