আবেগ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Wednesday, November 1, 2023

আবেগ



 আবেগ


অনুপম শৰ্মা


    মোৰ ভুল মই তোমাক ভালপাও।  মোৰ ভুল আছিল মই তোমাক মোৰ অন্তৰখন তোমাৰ কৰি দিছিলো। তোমাক ভাল পাওঁ সঁচা, কিন্তু তোমাক আনৰ হৱ দিব নোৱাৰো ।মোৰ মৰমৰ বাগিছাৰ পৰী হোৱা তুমি ।ফৰকাল আকাশৰ জোনটি হোৱা তুমি ।কেনেদৰে কলে বুজি উঠিবা তুমি মোৰ প্ৰেম।   তুমি  মোৰ লগত সুখী নে! তোমাক দুখ দি  মই কেনেকৈ সুখী হওঁ । মোৰ  আবেগৰ চকুলোত বাট  নেদেখা হওঁ।ভয় লাগে কেতিয়াবা  মোক এৰি তুমি আনৰ সপোনৰ ৰাণী হোৱা বুলি...........।


Doksiri দকচিৰি, নৱেম্বৰ, ২০২৩


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages