নিয়ম
ববিতা দাস
তামুলপুৰ
মানুহ জনৰ নিঠৰ দেহটো কাষত শিল পৰা কপৌ জনী হৈ বহি আছে মানুহ জনী।
“ - হেৰো বোৱাৰী, সেন্দুৰ টো লৈ আহি পদুমীৰ কপালত এটি ডাঙৰকৈ ফোট দে, মানুহ জনৰ সমুখত মুচি দিব লাগিব, এয়া নিয়ম।"
“ - এয়া নিয়ম নেকি বৰমা, হ'লেও হওঁক অৰ্ধ মৃত নাৰী এগৰাকীক মই আকৌ মাৰিব নোৱাৰোঁ তেওঁৰ দুখত কৈ এইবোৰ নিয়ম কেতিয়াও ডাঙৰ নহয়।" বুলি কৈ সীমাই খুৰীয়েক পদুমীক ঘৰৰ ভিতৰলৈ লৈ গ'ল।
Doksiri দকচিৰি, মাৰ্চ, ২০২৪
No comments:
Post a Comment