বীভৎস - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, March 31, 2024

বীভৎস



 বীভৎস


শতাব্দী শৰ্মা

আমোলাপট্ৰী, নগাঁও


   পাপুৰ মনত এইবাৰ ৰঙালীৰ ৰং নাই। তাৰ মনত ঢোলৰ প্ৰতি আগৰ অনুৰাগ নাই। ভনীয়েক কুকিক এইবাৰ বিহু নাচিবলৈয়ো সি নিদিয়ে। যোৱাবাৰ ৰঙালী বিহুৰ দিনাৰ কথা ভাবিলে বুকুখন মোচৰ খাই উঠে তাৰ।তাৰ আজিও মনত পৰে সেই বীভৎস দৃশ্যটো, যোৱাবাৰ বাপাকণ কাইটিক হত্যা কৰি তেওঁৰ মৃতদেহটো চোঁচৰাই নি কোনোবা অচিনাক্ত হত্যাকাৰীয়ে সিহঁতে বিহু গোৱা আঁহত জোপাৰ ঠাইখিনিতে পেলাই থৈ গৈছিল।


Doksiri দকচিৰি, এপ্ৰিল, ২০২৪

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages