মই জানো তুমি পাহৰি যাবা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, April 30, 2024

মই জানো তুমি পাহৰি যাবা

 


মই জানো তুমি পাহৰি যাবা


বিপ্লৱ গোস্বামী


মই জানো তুমি পাহৰি যাবা

গছবোৰে যেনেকৈ পাহৰি যায়

সৰি পৰা পাত

তেনেকৈয়ে তুমি পাহৰি যাবা

নতুন এটা পালে মোৰ স্মৃতিবোৰ পাহৰি যা!


মই জানো তুমি পাহৰি যাবা

চৰাইবোৰে পাহৰি যোৱাৰ দৰে

তেওঁৰ সৰি পৰা পাখিবোৰত।

তেনেকৈয়ে তুমি মোক পাহৰি যাবা

নতুন মন এটা পাবলৈ মোক ফেচবুকত ব্লক কৰিবা।


মই জানো তুমি পাহৰি যাবা

যেনেকৈ সাগৰখনে পাহৰি যায়

শুকান মৃত নদী,

তেনেকৈয়ে তুমি পাহৰি যাবা

বহু দূৰলৈ যাবা

সেই ভয়তে মই কাষ চাপি আহিলোঁ।


Doksiri দকচিৰি, মে, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages