দগ্ধ বুকু - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, May 31, 2024

দগ্ধ বুকু



 দগ্ধ বুকু


স্বপ্নশিখা চুতীয়া

গোগামুখ, ধেমাজি


    ম ডাল জ্বলাই কাপটোত থবলৈ বুলি ভাবিও চিমি কিবা এটা জটিল ভাৱনাত মগ্ন হ’ল মম ডাল জ্বলি যেতিয়া শেষ হৈ চিমিৰ হাতত স্পৰ্শ কৰিলে তাই উচপ খাই উঠিল। তাইৰ হাতখনচোন বহুত ৰঙা পৰি গৈছে ।

    প্ৰৱালে বাৰু তাইক কিয় এনেকুৱা কৰে ? চিমিৰ সকলো সুখ দুখ প্ৰৱালৰ লগতে জড়িত হৈ আছে।  সৰু সৰু অকণমান কথাতে প্ৰৱালে তাইক এৰি যোৱাৰ ভাবুকি দিয়ে যি দিনা চিমিয়ে তাক এৰি গুচি যাব সেই দিনাহে হয়তো তাৰ উপলব্ধি হ’ব। কিন্তু তেতিয়া প্ৰৱালৰ হাতত মাথোঁ এটা শূণ্যৰ বাহিৰে একোৱে নাথাকিব। তেতিয়াৰে অনুভৱ কৰিব প্ৰৱালে সেই মম দালৰ দৰে জ্বলি থকা চিমিৰ দগ্ধ বুকুৰ উচুপনিবোৰ।


Doksiri দকচিৰি, জুন, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages