উকি - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, May 31, 2024

উকি

 


উকি


              উজ্জ্বল দত্ত


নিজান বাটত  নিজান ঘাটত

দূৰণিৰ  ৰিঙ এটি হৈ

বাটৰ বাটৰুৱাই 

উকিয়াই উকিয়াই যায়।

উকি এটাত ৰে’লখন যায়

উকি টানি টানি

বসন্তৰ ঘাট উজানত উজাই।

ওকলা উকি মাৰি মাৰি

ভটিয়নীত ভটিয়াই।

ক’ৰ বাটৰুৱা

কোন বাটত

বাটৰ কিৰিলী হৈ

উকিৰ টানত যায়।


Doksiri দকচিৰি, জুন, ২০২৪

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages