চুটি কবিতা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, May 31, 2024

চুটি কবিতা

 


চুটি কবিতা


                     আগমনি ফুকন শইকীয়া



১

যোৱা নিশা খিৰিকীৰ মুখত ৰৈ থাকোঁতে

কেতেকীজনীয়ে ক’লে, তুমি সঁচাকৈয়ে প্ৰেমত পৰিছা


২} 

কোনেও নেদেখাকৈ আঁতৰি যায়

শেৱালি ফুলবোৰ


কুঁৱলীয়ে ঢকা সীমান্তৰ পাহাৰলৈ…


৩}

হেৰাই যাবলৈয়ে ভাল

সাঁকো এডালত ডুলি থকাতকৈ


৪}

তেওঁ সুধিছিল, প্ৰেমৰ অন্য এটা নাম কি ?


মই কৈছিলোঁ, ‘কাজল-পানী’


Doksiri দকচিৰি, জুন, ২০২৪

1 comment:

  1. কবিতাৰ শিতানৰ প্ৰতিটো কবিতাই ভাল লাগিছে।

    ReplyDelete

Post Bottom Ad

Responsive Ads Here

Pages