অভিমান - Doksiri

Post Top Ad

Wednesday, May 1, 2024

demo-image

অভিমান

Responsive Ads Here

 

nature-4498207_1280

অভিমান


স্বপ্নশিখা চুতীয়া

গোগামুখ


     দুপৰ নিশালৈকে ভাতৰ কাঁহী দুখন আগতলৈ ৰোহিনী টোপনিত ঢলি পৰিল। ৰাতি দুটা বজাত কলিং বেলটো বাজি উঠাত ৰোহিনীয়ে বীৰেনলৈ এবাৰো নাছাই দুৱাৰখন খুলি দিলে। বীৰেনে তেতিয়া ৰোহিনীক বাইকৰ পৰা পৰি দুখ পোৱা হাতখন দেখুৱালে আৰু ৰোহিনীয়ে সকলো অভিমান পাহৰি স্বামী বীৰেনৰ শুশ্ৰুষাত লাগিল।


Doksiri দকচিৰি, মে, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Pages