নিষ্ঠুৰ বাস্তৱ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, June 30, 2024

নিষ্ঠুৰ বাস্তৱ


 

নিষ্ঠুৰ বাস্তৱ


গজেন চন্দ্ৰ নৰহ


  নিৰুদ্দেশ হোৱা খবৰতো পাই উজ্জ্বলে ইউনিভাৰ্ছিটিৰ পৰা ঘৰলৈ আহিল। অলপ সময় জিৰণি লৈ একো এটা নোখোৱাকৈ ওলাই গ’ল। ঘৰলৈ অহা খবৰতো পাই স্নেহলতাই বিচাৰি আহি উজ্জ্বলৰ ঘৰ পালেহি। মাক আৰু ভনীয়েকৰ লগত কিছু বাৰ্তালাভ কৰি পাঁচশ টকাৰ দুই বান্ধিল চমজাই দি ওলাই গ'ল। ঋতু লতাই উজ্জ্বলক, উজ্জ্বলে ঋতু লতাক আৰু স্নেহ লতাই উজ্জ্বলক বিচাৰি গৈ কোনোৱেই ঘৰলৈ ঘূৰি নাহিল।


Doksiri দকচিৰি, জুলাই, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages