অনুভৱ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, June 30, 2024

অনুভৱ

 


অনুভৱ 


               ৰিচা গগৈ

      মৰাণ, ডিব্ৰুগড়


নকলোৱেই যেনিবা মনৰ কথা 

তুমি জানো নুবুজা 

মোৰ হিয়াৰ বতৰা।

যৌৱনৰ এজাক চেঁচা বতাহ হোৱা তুমি

মই ধূলিকণা হৈ উৰি থাকিম।

ব্যস্ততা বোৰ জানো কেতিয়াবা হেঙাৰ হয় ?

উহু... কেতিয়াও নহয়।

সাগৰৰ নীলাবোৰ খুউব ধুনীয়া 

ঠিক তোমাৰ দৰে।

সপোনৰ নৈ খনৰ পাৰত 

তুমি ইকৰা হৈ থাকিবানে ?

মইওটো তোমাৰ সঙ্গ দিম 

তোমাৰ প্ৰতিটো ক্ষণত।


Doksiri দকচিৰি, জুলাই, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages