জীৱনৰ গান - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, June 30, 2024

জীৱনৰ গান

 


জীৱনৰ গান 


                    অমিয় কুমাৰ চিৰাং


অলেখ খলা-বমা এই বাট

হাজাৰ জোনাকী পৰুৱাৰ হাট

কত অহা-যোৱা এই বাটেৰেই

দুখ আৰু সুখৰ সুৰ নিনাদ।


Doksiri দকচিৰি, জুলাই, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages