অভিমান
জেনিফা হাজৰিকা
ডিব্ৰুগড়
তুমি অভিমান কৰা
তোমাৰ অভিমান মই ভাঙিম।
তুমি নামাতিলেও
মই তোমাক মাতিম।
তোমাৰ অভিমানবোৰ মোৰ প্ৰিয়।
তুমি মোৰ হৃদয়ৰ স্পদন স্তব্ধ।
Doksiri দকচিৰি, আগষ্ট, ২০২৪
অভিমান
জেনিফা হাজৰিকা
ডিব্ৰুগড়
তুমি অভিমান কৰা
তোমাৰ অভিমান মই ভাঙিম।
তুমি নামাতিলেও
মই তোমাক মাতিম।
তোমাৰ অভিমানবোৰ মোৰ প্ৰিয়।
তুমি মোৰ হৃদয়ৰ স্পদন স্তব্ধ।
Doksiri দকচিৰি, আগষ্ট, ২০২৪
Copyright (c) 2023 Doksiri All Rights Reserved
No comments:
Post a Comment