খিৰিকি কাব্য
অনুভূতি গায়ন
তেতিয়া
আমি কথা পাতি আছিলো
খিৰিকি বিষয়ক
যেতিয়া
মেলা খিৰিকিৰ বাহিৰত
তেওঁ জীৱনৰ কথা কৈছিল
মই ৰূমৰ খিৰিকিখন
বন্ধ কৰি দিছিলো
ডাৱৰে তিয়াব নোৱাৰাকৈ।
Doksiri দকচিৰি, আগষ্ট, ২০২৪
খিৰিকি কাব্য
অনুভূতি গায়ন
তেতিয়া
আমি কথা পাতি আছিলো
খিৰিকি বিষয়ক
যেতিয়া
মেলা খিৰিকিৰ বাহিৰত
তেওঁ জীৱনৰ কথা কৈছিল
মই ৰূমৰ খিৰিকিখন
বন্ধ কৰি দিছিলো
ডাৱৰে তিয়াব নোৱাৰাকৈ।
Doksiri দকচিৰি, আগষ্ট, ২০২৪
Copyright (c) 2023 Doksiri All Rights Reserved
No comments:
Post a Comment