ফুলপাহৰ অন্তিম সুবাস - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Wednesday, July 31, 2024

ফুলপাহৰ অন্তিম সুবাস

 ফুলপাহৰ (দুহিতা-জীয়ৰী) অন্তিম সুবাস


ৰেজিয়া চৌধুৰী

গুৱাহাটী


  সৌ সিদিনালৈ ঘৰখনৰ চৌহদ শুৱনি কৰি থকা ফুলপাহৰ সুঘ্ৰাণত গোটেই ঘৰখনেই আমোল-মোলাই আছিল। পৰিয়ালটোৰ সকলোৱে আলফুলকৈ কৰা আদৰ যত্নত লহপহ্কৈ প্ৰস্ফুটিত হৈ সুগন্ধি সুবাস বিলাইছিলহে মাত্ৰ। 

   এনেতে হঠাৎ এদিন সুবাস দিবলৈ এৰি দিলে…. কাৰোবাৰ লোলুপ দৃষ্টিত।


Doksiri দকচিৰি, আগষ্ট, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages