মা দুৰ্গাৰ বিশ্বাস - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Monday, September 30, 2024

মা দুৰ্গাৰ বিশ্বাস

 

মা দুৰ্গাৰ বিশ্বাস


                           চন্দ্ৰপ্ৰভা বৰ্মন

                                গুৱাহাটী

             

মা দুর্গাৰ শক্তিক অগাধ বিশ্বাস কৰো,

জীৱনটোক অন্ধকাৰৰ পৰা উজ্জ্বল কৰিবলৈ,

মা দুর্গাৰ শক্তিক অনুসৰণ কৰো,

তেওৰ কাষতেই আছে গৌৰৱময় জীৱন,

আমাৰ মনৰ ভিতৰত এই সকলোবোৰ আনন্দ অনুভৱ কৰিবলৈ

মা দুর্গাৰ শক্তিক বিশ্বাস কৰোঁ !

তেওৰ অনুগ্রহতে এটি নতুন জীৱন আৰম্ভ কৰিবলৈ,

তেওৰ অনুগ্রহতে এটি নতুন পথৰ সন্ধান পাবলৈ,

পাপৰ পৰা হৃদয় পৰিবৰ্তন কৰিবলৈ, মনৰ ভিতৰখন প্ৰেম, ভালপোৱা আৰু আশীৰ্বাদেৰে পৰিপূৰ্ণ কৰিবলৈ !

মা দুর্গাৰ শক্তিক বিশ্বাস কৰো,

সুন্দৰ এটি গৌৰৱময় মসৃণ জীৱন পথ পাবলৈ,

মা দুর্গাৰ শক্তি মানেই আস্থা ভৰষা আৰু বিশ্বাস !


Doksiri দকচিৰি, অক্টোবৰ, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages