এয়া আপোনাৰ বাবে মোৰ শেষ লেখা
হিমাংশু কলিতা
গোলাঘাট
আপুনি যাবগৈ শেৱালী ফুলা বাটেৰে
দুবৰিত নিয়ঁৰে সেমেকি কান্দিব
উচুপি উঠিব মোৰ কলিজাৰ এটুকুৰা তেজ
বুকুত গজা মৰমবোৰ
নিঠৰুৱা হ’ব
আহিনত উঠলি কান্দিব হিয়া
এয়া আপোনাৰ বাবে মোৰ শেষ লেখা
Doksiri দকচিৰি, অক্টোবৰ, ২০২৪
No comments:
Post a Comment