আশা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Monday, September 30, 2024

আশা

 


আশা


চিম্পী বৰা

নগাঁও


  পিন্ধনত ফটা-ছিটা কাপোৰ, চুলিবোৰ আউলি-বাউলি, ৰ’দ-বৰষুণত গাৰ বৰণ সলনি হৈ দেখাত কুৎচিত হৈ পৰা মাধুৰীমাই আজিও বুকুতে প্রেমিকৰ ফটোখন সাৱটি লৈ বাটে-ঘাটে ঘূৰি ফুৰোঁতে চকুৰ আগত যদি কাৰোবাক আৰ্মী জোৱানৰ পোছাকত দেখা পাই, তাই দৌৰি গৈ সাৱটি ধৰে।    

     তিনিবছৰৰ আগতে দেশৰ হকে স্বহীদ হোৱা আর্মী জোৱান অঞ্জন চলিহাৰ আশাত আৰু কিমান দিন চাগৈ বাটে-ঘাটে ঘূৰি ফুৰিব মাধুৰীমা!


Doksiri দকচিৰি, অক্টোবৰ, ২০২৪

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages