বৰষুণ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, September 5, 2024

বৰষুণ

 


বৰষুণ 


            প্ৰিয়ংকা টায়েং 

মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়, নগাঁও

ৰুণজুন নুপুৰৰ গুঞ্জন তুলি সেইয়াচোন মোৰ অনুভৱৰ বৰষুণ…

দুহাত মেলি বৰষুণৰ স্পৰ্শ লওঁ,

ইমান শীতল এটা পৰশ...

যেন সোমাই আছে 

এক অবুজ শিহৰণ।

লাহে লাহে আকাশ 

হৈ পৰে ফৰকাল,

মুখ ওফণ্ডাই মেলানি মাগে বৰ্ষাই,

তথাপি পাহৰিব নোৱাৰি বৰ্ষাক,

স্মৃতি হৈ ওমলি থাকে,

মনৰ পেৰাত।


Doksiri দকচিৰি, ছেপ্টেম্বৰ, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages