উচ্ছেদ
ভাৰতী বসুমতাৰী
ধেমাজি
মন গ'লে আহে,অলপ বহে
বিশেষ এজন সি
এখন বিশেষ চকী তাৰবাবে
এটি বিশেষ কোঠা
সুখত এবাৰ সি ডুবে
এবাৰ ভাঁহে
সুখৰ সমগ্ৰতাক লৈ বুকুৰ সাঁচতীয়া ঘৰো আকৌ সিয়েই উচ্ছেদ কৰে।
Doksiri দকচিৰি, ছেপ্টেম্বৰ, ২০২৪
উচ্ছেদ
ভাৰতী বসুমতাৰী
ধেমাজি
মন গ'লে আহে,অলপ বহে
বিশেষ এজন সি
এখন বিশেষ চকী তাৰবাবে
এটি বিশেষ কোঠা
সুখত এবাৰ সি ডুবে
এবাৰ ভাঁহে
সুখৰ সমগ্ৰতাক লৈ বুকুৰ সাঁচতীয়া ঘৰো আকৌ সিয়েই উচ্ছেদ কৰে।
Doksiri দকচিৰি, ছেপ্টেম্বৰ, ২০২৪
About Doksiri
Copyright (c) 2023 Doksiri All Rights Reserved
No comments:
Post a Comment