মৌন আলাপ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, October 31, 2024

মৌন আলাপ



 মৌন আলাপ


হেমেন হাজৰিকা

কামৰূপ


   চাৰিদিন বন্ধৰ পাছত আজি কাৰ্যালয় খুলিছে। কাৰ্যালয়টোৰ সাধাৰণ বিভাগৰ ছয়জন কৰ্মচাৰী, নিজৰ নিজৰ চকীত বহিছেহি। তাৰ আগেয়ে Bio Metric Attendance দি লৈছে। চতুৰ্থ বৰ্গৰ কৰ্মচাৰী মনেশ্বৰ পুৱাৰ ফিকা চাহকাপ দিয়েহি মানে তেওঁলোক নিজৰ নিজৰ মোবাইলটো লৈ ব্যস্ত হৈ পৰিল। কাৰো, মাতবোল নাই। কোঠাটোত কাহঁপৰি যোৱা নিৰবতা। কি জানো চাইছে আৰু মিচিক মাচাক হাঁহি। কাৰো খবৰ লবলৈ আহৰি নাই। মাথো mobile ত ব্যস্ত সকলো। কি যে দিন আহিল। আমি সকলো যন্ত্ৰ হৈ পৰিলো, যন্ত্ৰ।


Doksiri দকচিৰি, নৱেম্বৰ, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages