বোজা
ৰেজিয়া চৌধুৰী
আমিসৱেই পৰিস্থিতিৰ দাসত্ব প্ৰদান কৰি আহিছোঁ।
জীৱনটো সময়ৰ পাক্-চক্ৰত ...!
তথাপি তাৰ অবিচ্ছেদ্য অংশ দুটিৰ কাৰণে গুৰু দায়িত্বত অপৈণতৰ পৰা পৈণত কৰাৰ বাটত .....জীৱনৰ মূল্যৱান সময়কণ দিয়ো কিমান যে প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছিল তাৰ হিচাপ সময়ৰ হাতত .....।
অত দিনে নিজৰ কান্ধত বৈ থকা ভাৰখন ....দায়িত্বৰ সালসলনিত জীৱনটোৰ সমীক্ষাত সমীকৰণত তাৰ ডাঙৰ ভুল হৈ গ’ল ।
জীৱনৰ কোবাল সোঁতৰ পৰা ...অৱকাশ বিচাৰি মৰা সুঁতিৰ আশ্ৰয়ত ক্ষন্তেক জিৰাণি ল’ব খোজোতেই সিহঁতৰ দায়িত্বত ....তাক বোজা আখ্যা দিয়া হ’ল .....!
Doksiri দকচিৰি, নৱেম্বৰ, ২০২৪
No comments:
Post a Comment