পেং (লাখুটি)
ৰেজিয়া চৌধুৰী
গুৱাহাটী
জীৱনৰ কোনো এক জটিল পৰিস্থিতিয়ে তাৰ বিশেষ পেং দুডাল কাঢ়ি নিয়াৰ পিছত হতাশাগ্ৰস্তত ভাগি নপৰি। কাৰো সহানুভূতিলৈ আশা নকৰি কৃত্ৰিম পেং দুডালতে সমস্ত ভৰ দি সময়ক আহ্বান জনায়। জীৱনৰ পথত কোনোপধ্যেই থ’মকি নৰৈ জনসমুদ্ৰৰ ভিৰৰ মাজেদিয়েই আগবাঢ়িল...!
Doksiri দকচিৰি, জানুৱাৰী, ২০২৫
No comments:
Post a Comment