গধূলি - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, December 1, 2024

গধূলি

 

গধূলি


              প্ৰণয়

        শিৱসাগৰ


হেঙুলীয়া বেলিটি ৰাঙলী হৈ লুকাই গৈছে,

তৰংগিনীৰ বক্ষত যেন তেজৰ কৰাল বান্ধিছে।

এন্ধাৰ অমনিশা নামি আহিছে,

গাঁৱৰ বৰনাঘৰত ডবা, শংখৰ সুৰ শুনি ডাউক চৰাইয়ে চিঞৰিছে,

“ব্ৰক্ষ্মা আদি কৰি জীৱ যত” প্ৰাৰ্থনা জনাইছে।

আইতাকৰ সাধুকথা শুনি পোণাহঁত শুই পৰিছে কোলাতেই।

“শিয়ালি এ নাহিবি ৰাতি”.....।


Doksiri দকচিৰি, ডিচেম্বৰ, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages