দ্বন্দ্ব (দুই সহোদৰ ভ্ৰাতৃ)
ৰেজিয়া চৌধুৰী
গুৱাহাটী
ইতিপূৰ্বৰে পৰাই মূল শিপাৰে সৈতে পোখা মেলি খ্যাতিসম্পন্নেৰে বৃহত্তৰ অঞ্চলটোৰ দশোদিশে বিৰাজমান হৈ থকা বটবৃক্ষ দুজোপোৰ মাজত ঘুণে ধৰাৰ সুৰুঙাৰ চল বুজি অজ্ঞাত ধুমুহাই ছলনাৰে মূলচ্যুতৰ/শিপা পৰা ভূমিচ্যুত কৰি পেলায়।
Doksiri দকচিৰি, ডিচেম্বৰ, ২০২৪

No comments:
Post a Comment