স্বধৰ্ম - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, December 1, 2024

স্বধৰ্ম

 

স্বধৰ্ম


অঞ্জলী বৰদলৈ

গোলাঘাট


   “তুমি এগৰাকী কলংকিনী তিৰোতা। তথাপি এটা প্ৰাৰ্থনাৰে ভাগীৰথী গংগাৰ প্ৰবাহ উজাই বোৱাৰ নিচিনা অসাধ্য কৰ্ম এটি কি শক্তিৰে সাধন কৰিব পাৰিলা ?”

    “মোৰ সৎকৰ্মই এই ক্ষমতাৰ অধিকাৰিণী কৰিছে। মোৰ চকুত সকলো মানুহ সমান। এই সৎক্ৰিয়াই হৈছে স্বধৰ্ম পালনৰ উপায়।”

   মহাৰাজ অশোকৰ প্ৰশ্নটোৰ উত্তৰ বিন্দুমতীয়ে অতি নিৰ্ভীকতাৰে দিলে।


Doksiri দকচিৰি, ডিচেম্বৰ, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages